የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

আল-ফালাক্ব

ከመዕራፉ ዓላማዎች:
الحث على الاعتصام بالله من الشرور.
অনিষ্টৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিবলৈ উৎসাহিত কৰা হৈছে। info

external-link copy
1 : 113

قُلْ اَعُوْذُ بِرَبِّ الْفَلَقِ ۟ۙ

হে ৰাছুল , কৈ দিয়ক যে মই প্ৰভাতৰ প্ৰতিপালকক মজবুতকৈ ধৰোঁ আৰু তেওঁৰ আশ্ৰয় বিচাৰোঁ। info
التفاسير:

external-link copy
2 : 113

مِنْ شَرِّ مَا خَلَقَ ۟ۙ

কষ্টদায়ক সৃষ্টিৰ অনিষ্টৰ পৰা। info
التفاسير:

external-link copy
3 : 113

وَمِنْ شَرِّ غَاسِقٍ اِذَا وَقَبَ ۟ۙ

আৰু মই আল্লাহৰ আশ্ৰয় বিচাৰো সেইবোৰ কষ্টদায়ক বস্তুৰ পৰা যিবোৰ ৰাতিত ওলায়। যেনে- কীট- পতংগ, চোৰ আদি। info
التفاسير:

external-link copy
4 : 113

وَمِنْ شَرِّ النَّفّٰثٰتِ فِی الْعُقَدِ ۟ۙ

আৰু আল্লাহৰ আশ্ৰয় বিচাৰিছো যাদুকৰ মহিলাৰ অনিষ্টৰ পৰা, যিসকলে গাঁঠিত ফুঁ দিয়ে। info
التفاسير:

external-link copy
5 : 113

وَمِنْ شَرِّ حَاسِدٍ اِذَا حَسَدَ ۟۠

আৰু আল্লাহৰ আশ্ৰয় বিচাৰো হিংসুকৰ অনিষ্টৰ পৰা যেতিয়া সি হিংসাৰ ভাৱনাৰে কোনো কাম কৰে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• إثبات صفات الكمال لله، ونفي صفات النقص عنه.
আল্লাহ পৰিপূৰ্ণ বৈশিষ্ট্যৰ অধিকাৰী এই কথা সাব্যস্ত কৰা, আৰু তেওঁ সকলো অপূৰ্ণতাৰ পৰা পৱিত্ৰ। info

• ثبوت السحر، ووسيلة العلاج منه.
যাদুৰ বাস্তৱতা আৰু ইয়াৰ চিকিত্সাৰ পদ্ধতি। info

• علاج الوسوسة يكون بذكر الله والتعوذ من الشيطان.
চয়তানৰ কুমন্ত্ৰণাৰ চিকিত্সা হৈছে আল্লাহৰ যিকিৰ বা স্মৰণ লগতে চয়তানৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰা। info