የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
69 : 11

وَلَقَدْ جَآءَتْ رُسُلُنَاۤ اِبْرٰهِیْمَ بِالْبُشْرٰی قَالُوْا سَلٰمًا ؕ— قَالَ سَلٰمٌ فَمَا لَبِثَ اَنْ جَآءَ بِعِجْلٍ حَنِیْذٍ ۟

আৰু পুৰুষ ৰূপত ইব্ৰাহীম আলাইহিছ ছালামৰ ওচৰত ফিৰিস্তা আগমন কৰিছিল, তেওঁক আৰু তেওঁৰ স্ত্ৰীক ইছহাক আৰু পিছত ইয়াকূবৰ শুভসংবাদ দিবলৈ আহি ফিৰিস্তাসকলে ছালাম কৰিলে। ইব্ৰাহীম আলাইহিছ ছালামে ছালামৰ উত্তৰ প্ৰদান কৰিলে আৰু তেওঁলোকক মানুহ ভাৱি খৰখেদাকৈ ভিতৰত গৈ তেওঁলোকক আপ্যায়ন কৰিবলৈ দামুৰি এটা সেকি আনিলে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• عناد واستكبار المشركين حيث لم يؤمنوا بآية صالح عليه السلام وهي من أعظم الآيات.
মুশ্বৰিকসকলৰ স্বৈৰাচাৰীতাৰ প্ৰমাণ যে, সিহঁতে ছলেহ আলাইহিছ ছালামৰ প্ৰতীকৰ প্ৰতি ঈমান পোষণ কৰা নাছিল। যদিও সেইটো আছিল এটা ডাঙৰ নিদৰ্শন। info

• استحباب تبشير المؤمن بما هو خير له.
মুমিনক সেই সংবাদ দিয়া ভাল, যিটো তেওঁৰ বাবে কল্যাণকৰ। info

• مشروعية السلام لمن دخل على غيره، ووجوب الرد.
কাৰো ওচৰত উপস্থিত হলে ছালাম দিয়াৰ প্ৰমাণ আৰু ছালামৰ উত্তৰ দিয়া জৰুৰী। info

• وجوب إكرام الضيف.
অতিথিক আপ্যায়ন কৰা অনিবাৰ্য। info