የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
67 : 11

وَاَخَذَ الَّذِیْنَ ظَلَمُوا الصَّیْحَةُ فَاَصْبَحُوْا فِیْ دِیَارِهِمْ جٰثِمِیْنَ ۟ۙ

ছামূদ সম্প্ৰদায়ক ধ্বংসকাৰী প্ৰচণ্ড চিঞৰে সিহঁতক আৱৰি ধৰিলে, ইয়াৰ প্ৰচণ্ডতা সহ্য কৰিব নোৱাৰি সিহঁত সকলোৱে মৃত্যুবৰণ কৰিলে। সিহঁত এনেকৈ উবুৰি থকা অৱস্থাত পৰি আছিল যে, সিহঁতৰ মুখমণ্ডল মাটিত পুত খাই আছিল। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• عناد واستكبار المشركين حيث لم يؤمنوا بآية صالح عليه السلام وهي من أعظم الآيات.
মুশ্বৰিকসকলৰ স্বৈৰাচাৰীতাৰ প্ৰমাণ যে, সিহঁতে ছলেহ আলাইহিছ ছালামৰ প্ৰতীকৰ প্ৰতি ঈমান পোষণ কৰা নাছিল। যদিও সেইটো আছিল এটা ডাঙৰ নিদৰ্শন। info

• استحباب تبشير المؤمن بما هو خير له.
মুমিনক সেই সংবাদ দিয়া ভাল, যিটো তেওঁৰ বাবে কল্যাণকৰ। info

• مشروعية السلام لمن دخل على غيره، ووجوب الرد.
কাৰো ওচৰত উপস্থিত হলে ছালাম দিয়াৰ প্ৰমাণ আৰু ছালামৰ উত্তৰ দিয়া জৰুৰী। info

• وجوب إكرام الضيف.
অতিথিক আপ্যায়ন কৰা অনিবাৰ্য। info