የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
65 : 11

فَعَقَرُوْهَا فَقَالَ تَمَتَّعُوْا فِیْ دَارِكُمْ ثَلٰثَةَ اَیَّامٍ ؕ— ذٰلِكَ وَعْدٌ غَیْرُ مَكْذُوْبٍ ۟

কিন্তু সিহঁতে অস্বীকাৰ কাৰ্যত চৰম সীমা অতিক্ৰম কৰি উটজনীক হত্যা কৰিলে। তেতিয়া ছলেহ আলাইহিছ ছালামে সিহঁতক ক'লেঃ তোমালোকে পৃথিৱীত জীৱনৰ আৰু তিনিটা দিন উপভোগ কৰা। তাৰ পিছত আল্লাহৰ শাস্তি তোমালোকৰ ওপৰত আহি পৰিব। কিয়নো ইয়াৰ পিছত তেওঁৰ শাস্তি অৱশ্যে আহিব ইয়াত কোনো সন্দেহ নাই। বৰং এয়া সত্য প্ৰতিশ্ৰুতি। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• عناد واستكبار المشركين حيث لم يؤمنوا بآية صالح عليه السلام وهي من أعظم الآيات.
মুশ্বৰিকসকলৰ স্বৈৰাচাৰীতাৰ প্ৰমাণ যে, সিহঁতে ছলেহ আলাইহিছ ছালামৰ প্ৰতীকৰ প্ৰতি ঈমান পোষণ কৰা নাছিল। যদিও সেইটো আছিল এটা ডাঙৰ নিদৰ্শন। info

• استحباب تبشير المؤمن بما هو خير له.
মুমিনক সেই সংবাদ দিয়া ভাল, যিটো তেওঁৰ বাবে কল্যাণকৰ। info

• مشروعية السلام لمن دخل على غيره، ووجوب الرد.
কাৰো ওচৰত উপস্থিত হলে ছালাম দিয়াৰ প্ৰমাণ আৰু ছালামৰ উত্তৰ দিয়া জৰুৰী। info

• وجوب إكرام الضيف.
অতিথিক আপ্যায়ন কৰা অনিবাৰ্য। info