የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
64 : 11

وَیٰقَوْمِ هٰذِهٖ نَاقَةُ اللّٰهِ لَكُمْ اٰیَةً فَذَرُوْهَا تَاْكُلْ فِیْۤ اَرْضِ اللّٰهِ وَلَا تَمَسُّوْهَا بِسُوْٓءٍ فَیَاْخُذَكُمْ عَذَابٌ قَرِیْبٌ ۟

হে মোৰ সম্প্ৰদায়! এইজনী আল্লাহৰ ফালৰ পৰা অহা উঁট। তোমালোকৰ বাবে মোৰ সত্যতাৰ প্ৰমাণ। এতেকে তোমালোকে ইয়াক আল্লাহৰ পৃথিৱীত চৰিবলৈ দিয়া আৰু ইয়াক অতিষ্ঠ নকৰিবা। অন্যথা ইয়াক হত্যা কৰাৰ লগে লগে তোমালোকক শাস্তিয়ে আগুৰি ধৰিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• عناد واستكبار المشركين حيث لم يؤمنوا بآية صالح عليه السلام وهي من أعظم الآيات.
মুশ্বৰিকসকলৰ স্বৈৰাচাৰীতাৰ প্ৰমাণ যে, সিহঁতে ছলেহ আলাইহিছ ছালামৰ প্ৰতীকৰ প্ৰতি ঈমান পোষণ কৰা নাছিল। যদিও সেইটো আছিল এটা ডাঙৰ নিদৰ্শন। info

• استحباب تبشير المؤمن بما هو خير له.
মুমিনক সেই সংবাদ দিয়া ভাল, যিটো তেওঁৰ বাবে কল্যাণকৰ। info

• مشروعية السلام لمن دخل على غيره، ووجوب الرد.
কাৰো ওচৰত উপস্থিত হলে ছালাম দিয়াৰ প্ৰমাণ আৰু ছালামৰ উত্তৰ দিয়া জৰুৰী। info

• وجوب إكرام الضيف.
অতিথিক আপ্যায়ন কৰা অনিবাৰ্য। info