የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
53 : 11

قَالُوْا یٰهُوْدُ مَا جِئْتَنَا بِبَیِّنَةٍ وَّمَا نَحْنُ بِتَارِكِیْۤ اٰلِهَتِنَا عَنْ قَوْلِكَ وَمَا نَحْنُ لَكَ بِمُؤْمِنِیْنَ ۟

তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক ক'লেঃ হে হূদ! তুমি আমাৰ ওচৰলৈ কোনো স্পষ্ট প্ৰমাণ আনিব পৰা নাই, যাৰ ফলত আমি তোমাৰ প্ৰতি ঈমান পোষণ কৰিম। এতেকে তোমাৰ প্ৰমাণহীন কথাত বিশ্বাস কৰি আমি আমাৰ উপাস্যসকলৰ উপাসনা পৰিত্যাগ কৰিব নোৱাৰিম। লগতে তুমি এজন ৰাছুল, এই দাবীও মানিবলৈ আমি মান্তি নহয়। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• لا يملك الأنبياء الشفاعة لمن كفر بالله حتى لو كانوا أبناءهم.
কাফিৰসকলৰ হৈ মধ্যস্ততা কৰা নবীসকলৰো অধিকাৰ নাই, যদিও তেওঁলোকৰ পুত্ৰই নহওঁক কিয়। info

• عفة الداعية وتنزهه عما في أيدي الناس أقرب للقبول منه.
দাৱাতি কাৰ্যত নিযুক্ত ব্যক্তি যদি মানুহৰ সম্পদৰ লোভ নকৰে তেন্তে তেওঁৰ কথাৰ প্ৰভাৱ বেছি পৰে। info

• فضل الاستغفار والتوبة، وأنهما سبب إنزال المطر وزيادة الذرية والأموال.
ক্ষমা প্ৰাৰ্থনা আৰু তাওবাৰ ফজিলত। আৰু এই দুয়োটা বস্তু বৰষুণ আৰু সন্তান তথা সম্পদ বৃদ্ধিৰ অন্যতম কাৰণ। info