የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
50 : 11

وَاِلٰی عَادٍ اَخَاهُمْ هُوْدًا ؕ— قَالَ یٰقَوْمِ اعْبُدُوا اللّٰهَ مَا لَكُمْ مِّنْ اِلٰهٍ غَیْرُهٗ ؕ— اِنْ اَنْتُمْ اِلَّا مُفْتَرُوْنَ ۟

এইদৰে আমি আদ সম্প্ৰদায়ৰ ওচৰলৈ সিহঁতৰ ভাতৃ হূদক প্ৰেৰণ কৰিছিলো। তেওঁ সিহঁতক কৈছিলঃ হে মোৰ সম্প্ৰদায়! একমাত্ৰ আল্লাহৰ ইবাদত কৰা, তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰিবা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য উপাস্য নাই। অংশীদাৰ সম্পৰ্কে তোমালোকে কৰা দাবীবোৰ হৈছে মিছা। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• لا يملك الأنبياء الشفاعة لمن كفر بالله حتى لو كانوا أبناءهم.
কাফিৰসকলৰ হৈ মধ্যস্ততা কৰা নবীসকলৰো অধিকাৰ নাই, যদিও তেওঁলোকৰ পুত্ৰই নহওঁক কিয়। info

• عفة الداعية وتنزهه عما في أيدي الناس أقرب للقبول منه.
দাৱাতি কাৰ্যত নিযুক্ত ব্যক্তি যদি মানুহৰ সম্পদৰ লোভ নকৰে তেন্তে তেওঁৰ কথাৰ প্ৰভাৱ বেছি পৰে। info

• فضل الاستغفار والتوبة، وأنهما سبب إنزال المطر وزيادة الذرية والأموال.
ক্ষমা প্ৰাৰ্থনা আৰু তাওবাৰ ফজিলত। আৰু এই দুয়োটা বস্তু বৰষুণ আৰু সন্তান তথা সম্পদ বৃদ্ধিৰ অন্যতম কাৰণ। info