የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
24 : 11

مَثَلُ الْفَرِیْقَیْنِ كَالْاَعْمٰی وَالْاَصَمِّ وَالْبَصِیْرِ وَالسَّمِیْعِ ؕ— هَلْ یَسْتَوِیٰنِ مَثَلًا ؕ— اَفَلَا تَذَكَّرُوْنَ ۟۠

কাফিৰ আৰু মুমিন, উভয় দলৰ উদাহৰণ হৈছে এনেকুৱা, যেনে- অন্ধ ব্যক্তিয়ে যিদৰে দেখিব নোৱাৰে আৰু কলাই যিদৰে শুনিব নোৱাৰে, ঠিক সেইদৰে কাফিৰসকলে সত্যক স্বীকাৰ তথা গ্ৰহণ কৰাৰ উদ্দেশ্যে নুশুনে, আনকি উপকৃত হোৱাৰ উদ্দেশ্যেও নেদেখে। পক্ষান্তাৰে মুমিনসকলৰ উদাহৰণ হৈছে, এনেকুৱা ব্যক্তিৰ নিচিনা যিয়ে শুনিব পাৰে আৰু দেখিবও পাৰে। অৰ্থাৎ তেওঁলোকৰ মাজত দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি দুয়োটা আছে। এতেকে এই দুটা দলৰ বৈশিষ্ট্য আৰু অৱস্থা সমান হ'ব পাৰেনে? জানি থোৱা! এই দুয়োটা দল কেতিয়াও সমান হ'ব নোৱাৰে। তোমালোকে এই দুয়ো দলৰ বৈষম্যৰ পৰা কিবা শিক্ষা পালানে? info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الكافر لا ينتفع بسمعه وبصره انتفاعًا يقود للإيمان، فهما كالمُنْتَفِيَين عنه بخلاف المؤمن.
কাফিৰসকলে নিজৰ দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তিৰে ঈমানৰ পথ অনুসন্ধানত উপকৃত নহয়। এনেকুৱা লাগে যেনিবা এই দুটা শক্তি সিহঁতৰ ওচৰত নাই। পক্ষান্তৰে মুমিনসকলৰ বিষয়টো ইয়াৰ বিপৰীত। info

• سُنَّة الله في أتباع الرسل أنهم الفقراء والضعفاء لخلوِّهم من الكِبْر، وخُصُومهم الأشراف والرؤساء.
ৰাছুলসকলৰ অনুসৰণকাৰীসকলৰ ক্ষেত্ৰত আল্লাহৰ সাধাৰণ নিয়ম হৈছে এনেকুৱা যে, তেওঁলোক সচৰাচৰ দৰিদ্ৰ আৰু দুৰ্বল শ্ৰেণীক লোক হয়। কাৰণ তেওঁলোকৰ মাজত অহংকাৰ তথা অভিমান নাথাকে। আনহাতে বিপৰীত শাৰীত অৱস্থান কৰে গণ্যমান্য আৰু প্ৰমূখ নেতাসকল। info

• تكبُّر الأشراف والرؤساء واحتقارهم لمن دونهم في غالب الأحيان.
সাধাৰণতে গণ্যমান্য আৰু প্ৰমূখসকলে সদায় নিজতকৈ নিম্ন শ্ৰেণীৰ লোকসকলক ঘৃণা কৰে। info