የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
21 : 11

اُولٰٓىِٕكَ الَّذِیْنَ خَسِرُوْۤا اَنْفُسَهُمْ وَضَلَّ عَنْهُمْ مَّا كَانُوْا یَفْتَرُوْنَ ۟

এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰি নিজকে ধ্বংসৰ পথত অৱতীৰ্ণ কৰিছে আৰু নিজৰেই ক্ষতি সাধন কৰিছে। কিন্তু সিহঁতে বনাই লোৱা মধ্যস্ততাকাৰী আৰু অংশীসকল সিহঁতৰ পৰাই পলায়ন কৰিছে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الكافر لا ينتفع بسمعه وبصره انتفاعًا يقود للإيمان، فهما كالمُنْتَفِيَين عنه بخلاف المؤمن.
কাফিৰসকলে নিজৰ দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তিৰে ঈমানৰ পথ অনুসন্ধানত উপকৃত নহয়। এনেকুৱা লাগে যেনিবা এই দুটা শক্তি সিহঁতৰ ওচৰত নাই। পক্ষান্তৰে মুমিনসকলৰ বিষয়টো ইয়াৰ বিপৰীত। info

• سُنَّة الله في أتباع الرسل أنهم الفقراء والضعفاء لخلوِّهم من الكِبْر، وخُصُومهم الأشراف والرؤساء.
ৰাছুলসকলৰ অনুসৰণকাৰীসকলৰ ক্ষেত্ৰত আল্লাহৰ সাধাৰণ নিয়ম হৈছে এনেকুৱা যে, তেওঁলোক সচৰাচৰ দৰিদ্ৰ আৰু দুৰ্বল শ্ৰেণীক লোক হয়। কাৰণ তেওঁলোকৰ মাজত অহংকাৰ তথা অভিমান নাথাকে। আনহাতে বিপৰীত শাৰীত অৱস্থান কৰে গণ্যমান্য আৰু প্ৰমূখ নেতাসকল। info

• تكبُّر الأشراف والرؤساء واحتقارهم لمن دونهم في غالب الأحيان.
সাধাৰণতে গণ্যমান্য আৰু প্ৰমূখসকলে সদায় নিজতকৈ নিম্ন শ্ৰেণীৰ লোকসকলক ঘৃণা কৰে। info