የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
117 : 11

وَمَا كَانَ رَبُّكَ لِیُهْلِكَ الْقُرٰی بِظُلْمٍ وَّاَهْلُهَا مُصْلِحُوْنَ ۟

হে ৰাছুল! এনেকুৱা কেতিয়াও হব নোৱাৰে যে, কোনো জনপদৰ মানুহে গঠনমূলক তথা সংশোধনমূলক কাম কৰি আছে, তথাপিও আপোনাৰ প্ৰতিপালকে তেওঁলোকক ধ্বংস কৰিব। বৰং তেওঁ সিহঁতক তেতিয়াহে ধ্বংস কৰে যেতিয়া তাৰ অধিবাসীসকলে কুফৰ, অন্যায়-অত্যাচাৰ আৰু গুনাহৰ দ্বাৰা পৰিবেশ কলুষিত কৰে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• وجوب الاستقامة على دين الله تعالى.
আল্লাহৰ দ্বীনত অবিচল থকা অনিবাৰ্য। info

• التحذير من الركون إلى الكفار الظالمين بمداهنة أو مودة.
অন্যায়কাৰী কাফিৰসকলৰ ওচৰত ভালপোৱাৰ পাত্ৰ হ'বলৈ তথা সিহঁতৰ লগত বন্ধুত্ব কৰি সিহঁতৰ প্ৰতি নত স্বীকাৰ কৰাৰ পৰা সতৰ্ক কৰা হৈছে। info

• بيان سُنَّة الله تعالى في أن الحسنة تمحو السيئة.
আল্লাহৰ এটা সাধাৰণ নিয়ম হৈছে এই যে, তেওঁ নেকীৰ জৰিয়তে গুনাহ মোচন কৰে। info

• الحث على إيجاد جماعة من أولي الفضل يأمرون بالمعروف، وينهون عن الفساد والشر، وأنهم عصمة من عذاب الله.
শিষ্টাচাৰী লোকৰ এটা দল নিৰ্মাণ কৰাৰ প্ৰতি গুৰুত্বাৰোপ কৰা হৈছে, যিসকলে সৎকৰ্মৰ আদেশ দিব আৰু অসৎকৰ্ম তথা পৰিবেশ বিনষ্ট কৰাৰ পৰা মানুহক বিৰত ৰাখিব। যাতে তেওঁলোক আল্লাহৰ শাস্তিৰ পৰা সুৰক্ষিত থাকে। info