የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
103 : 11

اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّمَنْ خَافَ عَذَابَ الْاٰخِرَةِ ؕ— ذٰلِكَ یَوْمٌ مَّجْمُوْعٌ ۙ— لَّهُ النَّاسُ وَذٰلِكَ یَوْمٌ مَّشْهُوْدٌ ۟

নিশ্চয় আল্লাহৰ ফালৰ পৰা শাস্তি প্ৰদান কৰা সেই জনপদসমূহৰ ধ্বংসৰ মাজত আছে শিক্ষা তথা পাঠ, সেই ব্যক্তিৰ বাবে যিয়ে ক্বিয়ামত দিৱসৰ শাস্তিক ভয় কৰে। সেইটোৱে সেইদিন যিদিনা আল্লাহে মানুহক একত্ৰিত কৰি হিচাপ-নিকাচৰ বাবে। সেইটো হৈছে উপস্থিত হোৱাৰ দিন, যিদিনা হাছৰ ময়দানত উপস্থিত হ'ব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• التحذير من اتّباع رؤساء الشر والفساد، وبيان شؤم اتباعهم في الدارين.
অসত্কৰ্ম আৰু বিপৰ্যয় সৃষ্টিকাৰী প্ৰতিনিধিৰ অনুসৰণৰ পৰা সতৰ্ক কৰা হৈছে, লগতে এই কথাও বৰ্ণনা কৰা হৈছে যে, সিহঁতৰ অনুসৰণ কৰিলে ইহকাল আৰু পৰকালত ক্ষতিৰ সন্মুখীন হ'ব লাগিব। info

• تنزه الله تعالى عن الظلم في إهلاك أهل الشرك والمعاصي.
গুনাহগাৰ, মুশ্বৰিকসকলক ধ্বংস কৰাৰ ক্ষেত্ৰত অন্যায়ৰ পৰা আল্লাহ পৰিপূৰ্ণৰূপে পৱিত্ৰ। info

• لا تنفع آلهة المشركين عابديها يوم القيامة، ولا تدفع عنهم العذاب.
ক্বিয়ামতৰ দিনা মুশ্বৰিকসকলৰ উপাস্যবোৰে একো উপকাৰ কৰিব নোৱাৰিব আৰু সিহঁতৰ পৰা শাস্তিও প্ৰতিৰোধ কৰিব নোৱাৰিব। info

• انقسام الناس يوم القيامة إلى: سعيد خالد في الجنان، وشقي خالد في النيران.
ক্বিয়ামতৰ দিনা মানুহ দুই ভাগত বিভক্ত হব। সৌভাগ্যৱান, তেওঁলোক চিৰস্থায়ী জান্নাতৰ অধিবাসী হ'ব আৰু আনটো হ'ব দুৰ্ভগীয়া, সিহঁত অনন্ত কালৰ বাবে জাহান্নামৰ অধিবাসী হ'ব। info