የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

আল-কাফিৰূন

ከመዕራፉ ዓላማዎች:
البراءة من الكفر وأهله.
কুফৰ আৰু কাফিৰৰ পৰা সম্পৰ্কচ্ছেদৰ ঘোষণা। info

external-link copy
1 : 109

قُلْ یٰۤاَیُّهَا الْكٰفِرُوْنَ ۟ۙ

হে ৰাছুল, কওক, হে আল্লাহক অস্বীকাৰকাৰী সকল! info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• المفاصلة مع الكفار.
কাফিৰ সকলৰ পৰা দূৰত্ব অৱলম্বন কৰা। info

• مقابلة النعم بالشكر.
অনুগ্ৰহৰ বিনিময় স্বৰূপে কৃতজ্ঞতাৰ আৱশ্যকতা। info

• سورة المسد من دلائل النبوة؛ لأنها حكمت على أبي لهب بالموت كافرًا ومات بعد عشر سنين على ذلك.
ছুৰা মাছাদ নবুওৱতৰ এটা অন্যতম প্ৰমাণ। কিয়নো এইটোৱে আবু লাহাবক কাফিৰ অৱস্থাত মৃত্যু হোৱাৰ কথা কৈছিল আৰু সি ইয়াৰ দহ বছৰ পিছত কাফিৰ অৱস্থাতেই মৃত্যু হৈছে। info

• صِحَّة أنكحة الكفار.
কাফিৰৰ বিবাহ সঠিক। info