የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
2 : 104

١لَّذِیْ جَمَعَ مَالًا وَّعَدَّدَهٗ ۟ۙ

যাৰ একমাত্ৰ উদ্দেশ্য হৈছে ধন জমা কৰা আৰু সেয়া বাৰে বাৰে গণনা কৰি ৰখা। ইয়াৰ বাহিৰে তাৰ আৰু আন কোনো উদ্দেশ্য নাই। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• خسران من لم يتصفوا بالإيمان وعمل الصالحات، والتواصي بالحق، والتواصي بالصبر.
সেই সকলৰ বাবে বিফলতা অনিবাৰ্য, যিসকলে ঈমান, সৎকৰ্ম, সত্যৰ উপদেশ আৰু ধৈৰ্যৰ উপদেশ আদিৰ পৰা বিৰত থাকে। info

• تحريم الهَمْز واللَّمْز في الناس.
মানুহৰ মাজত পৰচৰ্চা, পৰনিন্দা কৰা হাৰাম। info

• دفاع الله عن بيته الحرام، وهذا من الأمن الذي قضاه الله له.
আল্লাহে নিজৰ সন্মানিত ঘৰ কাবাৰ সুৰক্ষা কৰে। আচলতে এয়া হৈছে সেই নিৰাপত্তাৰ অংশ বিশেষ, যিটো আল্লাহ তাআলাই সেই ঘৰৰ কাৰণে ফয়চালা কৰি ৰাখিছে। info