የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
3 : 101

وَمَاۤ اَدْرٰىكَ مَا الْقَارِعَةُ ۟ؕ

হে ৰাছুল আপোনাক কিহে জনাব যে অন্তৰ কপোৱা সেই সময় কি? নিশ্চিতৰূপে সেয়া হৈছে ক্বিয়ামতৰ সময়। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• خطر التفاخر والتباهي بالأموال والأولاد.
ধন-সম্পদক লৈ এজনে আনজনৰ প্ৰতি গৌৰৱ কৰাৰ ক্ষতি। info

• القبر مكان زيارة سرعان ما ينتقل منه الناس إلى الدار الآخرة.
কবৰ হৈছে কিছু সময় অৱস্থান কৰাৰ ঠাই। অতি সোনকালে মানুহে তাৰ পৰা পৰকালৰ ঘৰলৈ প্ৰস্থান কৰিব। info

• يوم القيامة يُسْأل الناس عن النعيم الذي أنعم به الله عليهم في الدنيا.
ক্বিয়ামতৰ দিনা মানুহক সেই অনুগ্ৰহ বা অৱদানবোৰৰ বিষয়ে প্ৰশ্ন কৰা হব যিবোৰ তাক আল্লাহ তাআলাই প্ৰদান কৰিছিল। info

• الإنسان مجبول على حب المال.
ধনৰ লোভ প্ৰাকৃতিকভাৱে মানুহৰ মাজত নিহিত আছে। info