የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
89 : 10

قَالَ قَدْ اُجِیْبَتْ دَّعْوَتُكُمَا فَاسْتَقِیْمَا وَلَا تَتَّبِعٰٓنِّ سَبِیْلَ الَّذِیْنَ لَا یَعْلَمُوْنَ ۟

আল্লাহে কৈছেঃ হে মূছা আৰু হাৰূন! ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ নেতাসকলৰ বিৰুদ্ধে কৰা তোমালোকৰ বদ্দুআ মই কবূল কৰিছো। এতেকে তোমালোকে নিজ ধৰ্মত অটল থাকা, ইয়াৰ পৰা বিমুখ হৈ অজ্ঞানীসকলৰ অনুসৰণ নকৰিবা, যিসকলৰ ওচৰত সত্যৰ পথ সম্পৰ্কে একো জ্ঞান নাই। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• وجوب الثبات على الدين، وعدم اتباع سبيل المجرمين.
দ্বীনৰ ওপৰত অবিচল থকা অনিবাৰ্য তথা অপৰাধীসকলৰ পথ অনুসৰণৰ পৰা বিৰত থকা অপৰিহাৰ্য। info

• لا تُقْبل توبة من حَشْرَجَت روحه، أو عاين العذاب.
মূমুৰ্ষ ব্যক্তিৰ অথবা নিজ চকুৰে শাস্তি প্ৰত্যক্ষ কৰা ব্যক্তিৰ তাওবা গ্ৰহণযোগ্য নহয়। info

• أن اليهود والنصارى كانوا يعلمون صفات النبي صلى الله عليه وسلم، لكن الكبر والعناد هو ما منعهم من الإيمان.
ইয়াহুদী আৰু খৃষ্টানসকলৰ ওচৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ গুণ তথা বৈশিষ্ট্যৰ জ্ঞান আছিল। কিন্তু সিহঁতৰ অহংকাৰ আৰু স্বৈৰাচাৰীতাই ঈমান পোষণ কৰাত সিহঁতক বাধা প্ৰদান কৰিছিল। info