የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
80 : 10

فَلَمَّا جَآءَ السَّحَرَةُ قَالَ لَهُمْ مُّوْسٰۤی اَلْقُوْا مَاۤ اَنْتُمْ مُّلْقُوْنَ ۟

,ফিৰআউনৰ ওচৰত যেতিয়া যাদুকৰসকলক অনা হ'ল, ইপিনে মূছা আলাহিছ ছালাম পূৰ্ণ বিশ্বাসী আছিল যে সিহঁতৰ ওপৰত তেৱেঁই বিজয় লাভ কৰিব, সেয়ে তেওঁ সিহঁতক উদ্দেশি ক'লেঃ হে যাদুকৰসকল! নিক্ষেপ কৰা, তোমালোকৰ যি নিক্ষেপ কৰিবলগীয়া আছে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الثقة بالله وبنصره والتوكل عليه ينبغي أن تكون من صفات المؤمن القوي.
আল্লাহৰ প্ৰতি আৰু তেওঁৰ সহায়ৰ প্ৰতি পূৰ্ণ বিশ্বাস পোষণ কৰা আৰু তেওঁৰ ওপৰত ভৰসা কৰাটো এজন পৰিপক্ক মুমিনৰ গুণ হোৱা উচিত। info

• بيان أهمية الدعاء، وأنه من صفات المتوكلين.
দুআৰ গুৰুত্বৰ বৰ্ণনা, আৰু এইটো আল্লাহৰ প্ৰতি ভৰসাকাৰীসকলৰ অন্যতম গুণ। info

• تأكيد أهمية الصلاة ووجوب إقامتها في كل الرسالات السماوية وفي كل الأحوال.
ছালাতৰ মহত্ব আৰু ইয়াক প্ৰতিষ্ঠা কৰা অনিবাৰ্য, ইয়াৰ প্ৰতি প্ৰত্যেক ঐশী ধৰ্মৰ নিৰ্দেশনাই গুৰুত্বাৰোপ কৰিছে, যিকোনো পৰিস্থিতিতেই নহওক কিয়। info

• مشروعية الدعاء على الظالم.
অত্যাচাৰী ব্যক্তিৰ ওপৰত বদ্দুআ কৰা বৈধ। info