የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
28 : 10

وَیَوْمَ نَحْشُرُهُمْ جَمِیْعًا ثُمَّ نَقُوْلُ لِلَّذِیْنَ اَشْرَكُوْا مَكَانَكُمْ اَنْتُمْ وَشُرَكَآؤُكُمْ ۚ— فَزَیَّلْنَا بَیْنَهُمْ وَقَالَ شُرَكَآؤُهُمْ مَّا كُنْتُمْ اِیَّانَا تَعْبُدُوْنَ ۟

হে ৰাছুল! আপুনি ক্বিয়ামত দিৱসক স্মৰণ কৰক, যেতিয়া আমি সকলো সৃষ্টিক একত্ৰিত কৰিম। তেতিয়া আমি সেইসকল লোকক কম যিসকলে পৃথিৱীত আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰিছিল, হে মুশ্বৰিকসকল! তোমালোক আৰু তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰিছিলা সেই সকলোৱে নিজ নিজ স্থানত অৱস্থান কৰা, তেতিয়া আমি উপাসনাকাৰী আৰু উপাস্যবোৰৰ মাজত তফাৎ সৃষ্টি কৰিম। ফলত উপাস্যবোৰে এই বুলি কৈ নিজকে আঁতৰাই আনিব যে, তোমালোকে পৃথিৱীত আমাৰ উপাসনাই কৰা নাছিলা। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• أعظم نعيم يُرَغَّب به المؤمن هو النظر إلى وجه الله تعالى.
আটাইতকৈ ডাঙৰ নিয়ামত, যিটোৰ জৰিয়তে মুমিনসকলক উৎসাহিত কৰা হয়, সেয়া হৈছে আল্লাহৰ সন্মানিত চেহেৰা দৰ্শন। info

• بيان قدرة الله، وأنه على كل شيء قدير.
আল্লাহৰ ক্ষমতাৰ বৰ্ণনা, আৰু এই কথাৰ বৰ্ণনা যে, তেওঁ সকলো বিষয়ত ক্ষমতাৱান। info

• التوحيد في الربوبية والإشراك في الإلهية باطل، فلا بد من توحيدهما معًا.
ৰূবুবিয়্যাতৰ ক্ষেত্ৰত তেওঁ একক, ইবাদতৰ ক্ষেত্ৰত কোনো ধৰণৰ অংশীদাৰ গ্ৰহণযোগ্য নহয়। উভয় ক্ষেত্ৰত তেওঁক একক বুলি স্বীকাৰ কৰা অনিবাৰ্য। info

• إذا قضى الله بعدم إيمان قوم بسبب معاصيهم فإنهم لا يؤمنون.
যদি আল্লাহে কোনো সম্প্ৰদায় সম্পৰ্কে সিহঁতে কৰা গুনাহৰ ফলত ঈমান পোষণ নকৰাৰ ফয়চালা দিয়ে তেন্তে সিহঁত কেতিয়াও ঈমান পোষণ কৰিব নোৱাৰিব। info