《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
7 : 86

یَّخْرُجُ مِنْ بَیْنِ الصُّلْبِ وَالتَّرَآىِٕبِ ۟ؕ

এই পানী নিৰ্গত হয় মেৰুদণ্ড আৰু বুকুৰ হাড়ৰ মাজৰ পৰা। info
التفاسير:
这业中每段经文的优越:
• تحفظ الملائكة الإنسان وأعماله خيرها وشرها ليحاسب عليها.
ফিৰিস্তা সকলে মানুহক আৰু মানুহৰ ভাল-বেয়া কৰ্মবোৰক সংৰক্ষণ কৰে, যাতে তাৰ হিচাপ-নিকাচ লোৱা হয়। info

• ضعف كيد الكفار إذا قوبل بكيد الله سبحانه.
আল্লাহৰ কৌশলৰ আগত কাফিৰৰ ষড়যন্ত্ৰবোৰ অতি দূৰ্বল। info

• خشية الله تبعث على الاتعاظ.
আল্লাহৰ ভয়ে উপদেশ গ্ৰহণত উদ্বুদ্ধ কৰে। info