Қуръони Карим маъноларининг таржимаси - Қуръон Каримнинг асомийча мухтасар таржимаси

external-link copy
29 : 77

اِنْطَلِقُوْۤا اِلٰی مَا كُنْتُمْ بِهٖ تُكَذِّبُوْنَ ۟ۚ

আৰু ৰাছুলসকলে লৈ অহা সংবাদসমূহক অস্বীকাৰ কৰা ব্যক্তিসকলক কোৱা হবঃ হে অস্বীকাৰকাৰী সকল, তোমালোকে সেই শাস্তিৰ ফালে গতি কৰা, যিটোক অস্বীকাৰ কৰিছিলা। info
التفاسير:
Ушбу саҳифадаги оят фойдаларидан:
• رعاية الله للإنسان في بطن أمه.
আল্লাহে মানুহক তাৰ মাকৰ গৰ্ভতো পৰিপূৰ্ণ লক্ষ্য ৰাখে। info

• اتساع الأرض لمن عليها من الأحياء، ولمن فيها من الأموات.
পৃথিৱীয়ে সকলো জীৱিত আৰু মৃতক আৱৰি ৰাখিছে। info

• خطورة التكذيب بآيات الله والوعيد الشديد لمن فعل ذلك.
আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰাৰ ক্ষতি আৰু তেনেকুৱা লোকৰ বাবে আল্লাহৰ কঠোৰ সতৰ্কবাণী। info