Қуръони Карим маъноларининг таржимаси - Қуръон Каримнинг асомийча мухтасар таржимаси

external-link copy
33 : 14

وَسَخَّرَ لَكُمُ الشَّمْسَ وَالْقَمَرَ دَآىِٕبَیْنِ ۚ— وَسَخَّرَ لَكُمُ الَّیْلَ وَالنَّهَارَ ۟ۚ

সূৰ্য আৰু চন্দ্ৰকো তোমালোকৰ বাবে কৰ্মত নিয়োজিত কৰি দিছো। দুয়ো ধাৰাবাহিকভাৱে গতিশীল, লগতে দিন আৰু ৰাতিকো তোমালোকৰ কৰ্মত নিয়োজিত কৰিছো, উভয়ে এটাৰ পিছত এটা আহি থাকে। ৰাতি হৈছে তোমালোকৰ টোপনি আৰু বিশ্ৰামৰ বাবে, আনহাতে দিন হৈছে তোমালোকৰ কৰ্ম আৰু প্ৰচেষ্টাৰ বাবে। info
التفاسير:
Ушбу саҳифадаги оят фойдаларидан:
• تشبيه كلمة الكفر بشجرة الحَنْظل الزاحفة، فهي لا ترتفع، ولا تنتج طيبًا، ولا تدوم.
কুফুৰী কথাক মাটিত বগাই যোৱা তিতা তৰমুজ গছৰ লগত তুলনা কৰা হৈছে, যি গছ ওখ নহয় আৰু ভাল ফলো প্ৰদান নকৰে, আনকি বেছি দিন জীয়াইয়ো নাথাকে। info

• الرابط بين الأمر بالصلاة والزكاة مع ذكر الآخرة هو الإشعار بأنهما مما تكون به النجاة يومئذ.
আখিৰাত স্মৰণৰ লগতে ছালাত আৰু যাকাতৰ নিৰ্দেশো দিয়া হৈছে। ইয়াৰ দ্বাৰা বুজা যায় যে, এই দুয়োটা সেইদিনা মুক্তিৰ কাৰণ হ'ব। info

• تعداد بعض النعم العظيمة إشارة لعظم كفر بعض بني آدم وجحدهم نعمه سبحانه وتعالى .
কিছুমান ডাঙৰ ডাঙৰ নিয়ামতৰ কথা উল্লেখ কৰা হৈছে, ইয়াৰ দ্বাৰা ইংগিত কৰা হৈছে আদম সন্তানে এইবোৰ অস্বীকাৰ কৰি কিমান ডাঙৰ কুুফুৰী কৰিছে। info