Қуръони Карим маъноларининг таржимаси - Қуръон Каримнинг асомийча мухтасар таржимаси

external-link copy
48 : 12

ثُمَّ یَاْتِیْ مِنْ بَعْدِ ذٰلِكَ سَبْعٌ شِدَادٌ یَّاْكُلْنَ مَا قَدَّمْتُمْ لَهُنَّ اِلَّا قَلِیْلًا مِّمَّا تُحْصِنُوْنَ ۟

প্ৰচুৰ উপাৰ্জনৰ এই সাতটা বছৰ পিছত, তোমালোকৰ ওচৰত আহিব সাতটা শুকান (দুৰ্ভিক্ষৰ) বছৰ, সেই সাত বছৰত মানুহে পূৰ্বে সঞ্চয় কৰি থোৱা সম্পদ ভক্ষণ কৰিব। কেৱল সামান্য পৰিমাণৰ বাহিৰে যিটো তোমালোকে বীজ হিচাপে সংৰক্ষণ কৰি থোৱা। info
التفاسير:
Ушбу саҳифадаги оят фойдаларидан:
• من كمال أدب يوسف أنه أشار لحَدَث النسوة ولم يشر إلى حَدَث امرأة العزيز.
ইউছুফ আলাইহিছ ছালামৰ শিষ্টাচাৰৰ উত্তম এটা উদাহৰণ এই যে, তেওঁ চহৰৰ মহিলাসকলৰ ঘটনাৰ প্ৰতি ইংগিত কৰিলে কিন্তু আজিজৰ পত্নীৰ লগত হোৱা ঘটনাৰ প্ৰতি ইংগিত কৰা নাই। info

• كمال علم يوسف عليه السلام في حسن تعبير الرؤى.
ইউছুফ আলাইহিছ ছালাম সপোনৰ ব্যাখ্যাৰ ক্ষেত্ৰত পূৰ্ণ জ্ঞানৰ অধিকাৰী আছিল। info

• مشروعية تبرئة النفس مما نُسب إليها ظلمًا، وطلب تقصّي الحقائق لإثبات الحق.
কোনো ব্যক্তিৰ ওপৰত যদি মিছা আৰোপ কৰা হয় তেন্তে নিজকে দোষমুক্ত কৰিবলৈ আৰু সত্য উদ্ঘাটন কৰিবলৈ তদন্ত দাবী কৰাৰ প্ৰমাণ। info

• فضيلة الصدق وقول الحق ولو كان على النفس.
সত্য কথা কোৱা আৰু সত্যতাৰ গুৰুত্ব। যদিও নিজৰ বিৰুদ্ধেই নহওঁক কিয়। info