قرآن کریم کے معانی کا ترجمہ - المختصر فی تفسیر القرآن الکریم کا آسامی ترجمہ

external-link copy
56 : 2

ثُمَّ بَعَثْنٰكُمْ مِّنْ بَعْدِ مَوْتِكُمْ لَعَلَّكُمْ تَشْكُرُوْنَ ۟

তাৰ পিছত আমি তোমালোকৰ মৃত্যু পিছতো তোমালোকক পুনৰ জীৱন দান কৰিলো যাতে তোমালোকে এই উপকাৰৰ কাৰণে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা। info
التفاسير:
حالیہ صفحہ میں آیات کے فوائد:
• عِظَمُ نعم الله وكثرتها على بني إسرائيل، ومع هذا لم تزدهم إلا تكبُّرًا وعنادًا.
আল্লাহ তাআলাই বনী ইছৰাইলক বৰ ডাঙৰ ডাঙৰ নিয়ামত দান কৰিছিল। ইয়াৰ পিছতো সিহঁতৰ অভিমান আৰু অবাধ্যতা বৃদ্ধিহে পাইছিল। info

• سَعَةُ حِلم الله تعالى ورحمته بعباده، وإن عظمت ذنوبهم.
বান্দাৰ প্ৰতি আল্লাহৰ ৰহমত আৰু দয়াৰ ব্যাপকতা যদিও সিহঁতৰ গুনাহৰ পৰিমাণ বেছি নহওঁক কিয়। info

• الوحي هو الفَيْصَلُ بين الحق والباطل.
অহীয়েই হৈছে সত্য আৰু অসত্যৰ মাজত নিৰ্ণায়ক। info