قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - ئۇسامىيچە تەرجىمىسى - رەفىقۇل ئىسلام ھەبىيبۇررەھمان

ক্বুৰাইশ্ব

external-link copy
1 : 106

لِاِیْلٰفِ قُرَیْشٍ ۟ۙ

যিহেতু ক্বুৰাইছসকল অভ্যস্ত, info
التفاسير:

external-link copy
2 : 106

اٖلٰفِهِمْ رِحْلَةَ الشِّتَآءِ وَالصَّیْفِ ۟ۚ

সিহঁতৰ অভ্যাস আছে শীত আৰু গ্ৰীষ্মকালৰ ভ্ৰমণৰ। info
التفاسير:

external-link copy
3 : 106

فَلْیَعْبُدُوْا رَبَّ هٰذَا الْبَیْتِ ۟ۙ

এতেকে সিহঁতে এই ঘৰৰ প্ৰতিপালকৰ ইবাদত কৰা উচিত। info
التفاسير:

external-link copy
4 : 106

الَّذِیْۤ اَطْعَمَهُمْ مِّنْ جُوْعٍ ۙ۬— وَّاٰمَنَهُمْ مِّنْ خَوْفٍ ۟۠

যিজনে সিহঁতক ক্ষুধা অৱস্থাত খাদ্য প্ৰদান কৰিছে আৰু ভয়-ভীতিৰ পৰা নিৰাপত্তা দান কৰিছে। info
التفاسير: