قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - ئۇسامىيچە تەرجىمىسى - رەفىقۇل ئىسلام ھەبىيبۇررەھمان

আল-আচৰ

external-link copy
1 : 103

وَالْعَصْرِ ۟ۙ

সময়ৰ শপত, info
التفاسير:

external-link copy
2 : 103

اِنَّ الْاِنْسَانَ لَفِیْ خُسْرٍ ۟ۙ

নিশ্চয় মানুহ ক্ষতিগ্ৰস্ততাত নিপতিত, info
التفاسير:

external-link copy
3 : 103

اِلَّا الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ وَتَوَاصَوْا بِالْحَقِّ ۙ۬— وَتَوَاصَوْا بِالصَّبْرِ ۟۠

কিন্তু তেওঁলোকৰ বাহিৰে, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, লগতে (যিসকলে) পৰস্পৰক সত্যৰ উপদেশ দিয়ে আৰু ধৈৰ্য্য ধাৰণ কৰিবলৈ উৎসাহ দিয়ে। info
التفاسير: