قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
23 : 83

عَلَی الْاَرَآىِٕكِ یَنْظُرُوْنَ ۟ۙ

সুসজ্জিত আসনত বহি তেওঁলোকৰ প্ৰতিপালক তথা সকলো বস্তুৰ ফালে চাই থাকিব যিবোৰে তেওঁলোকৰ মন জয় কৰিব। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• خطر الذنوب على القلوب.
পাপৰ প্ৰভাৱ অন্তৰৰ ওপৰত পৰে। info

• حرمان الكفار من رؤية ربهم يوم القيامة.
কাফিৰসকলে নিজ প্ৰতিপালকৰ সাক্ষাৎৰ পৰা বঞ্চিত থাকিব। info

• السخرية من أهل الدين صفة من صفات الكفار.
দ্বীনদাৰ বা ধাৰ্মীক লোকক পৰিহাস কৰা কাফিৰসকলৰ বিশেষতা। info