قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
33 : 79

مَتَاعًا لَّكُمْ وَلِاَنْعَامِكُمْ ۟ؕ

(হে মানৱ) এইবোৰ তোমালোকৰ আৰু তোমালোকৰ জীৱ-জন্তুৰ বাবে জীৱনোপকৰণ। এতেকে সেই সত্তা যিজনে এই সকলোবোৰ বস্তু সৃষ্টি কৰিছে, তেওঁ তোমালোকক পুনৰ সৃষ্টি কৰিবলৈ অক্ষম নহয়। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• وجوب الرفق عند خطاب المدعوّ.
কাকো ধৰ্মৰ ফালে আহ্বান কৰাৰ সময়ত তাৰ লগত সৰলতাৰ সৈতে কথা কোৱা জৰুৰী। info

• الخوف من الله وكفّ النفس عن الهوى من أسباب دخول الجنة.
আল্লাহৰ ভয় আৰু প্ৰবৃত্তিৰ অনুসৰণৰ পৰা বিৰত থকাটো জান্নাতত প্ৰৱেশৰ অন্যতম কাৰণ। info

• علم الساعة من الغيب الذي لا يعلمه إلا الله.
ক্বিয়ামত কেতিয়া সংঘটিত হব, এয়া গায়েব বা অদৃশ্যৰ কথা, আল্লাহৰ বাহিৰে আন কোনেও নাজানে। info

• بيان الله لتفاصيل خلق السماء والأرض.
আল্লাহ তাআলাৰ আকাশ আৰু পৃথিৱীৰ সৃষ্টি সম্পৰ্কে বিৱৰণ। info