قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
36 : 6

اِنَّمَا یَسْتَجِیْبُ الَّذِیْنَ یَسْمَعُوْنَ ؔؕ— وَالْمَوْتٰی یَبْعَثُهُمُ اللّٰهُ ثُمَّ اِلَیْهِ یُرْجَعُوْنَ ۟

আপোনাৰ কথাত কেৱল তেওঁলোকে সঁহাৰি জনাব যিসকলে কথা মনোযোগ সহকাৰে শুনে তথা বুজে। আনহাতে কাফিৰসকল অৱস্থা হৈছে মৃত ব্যক্তিৰ দৰে, সিহঁতৰ অন্তৰ মৃত্যুবৰণ কৰিছে, এতেকে মৃতসকলক আল্লাহে ক্বিয়ামতৰ দিনা জীৱিত কৰিব আৰু তেওঁৰ পিনেই সকলোকে ওভোতাই নিয়া হ'ব, যাতে তেওঁ সিহঁতক প্ৰতিদান দিয়ে। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• تشبيه الكفار بالموتى؛ لأن الحياة الحقيقية هي حياة القلب بقَبوله الحق واتباعه طريق الهداية.
কাফিৰসকলক মৃত ব্যক্তিৰ লগত তুলনা কৰা হৈছে। কাৰণ বাস্তৱ জীৱন হৈছে হৃদয়ৰ জীৱন, যেতিয়া লৈকে ই সত্য গ্ৰহণ কৰিব আৰু হিদায়তৰ পথ অনুসৰণ কৰিব। info

• من حكمة الله تعالى في الابتلاء: إنزال البلاء على المخالفين من أجل تليين قلوبهم وردِّهم إلى ربهم.
আল্লাহে মানুহক বিপদ-আপদ দিয়াৰ এটা ৰহস্য এই যে, যিসকলে আল্লাহৰ অবাধ্যতা কৰে, আল্লাহে সিহঁতক বিপদত পেলায়, যাতে সিহঁতৰ অন্তৰ কোমল হয় আৰু আল্লাহৰ পিনে প্ৰত্যাৱৰ্তন কৰে। info

• وجود النعم والأموال بأيدي أهل الضلال لا يدل على محبة الله لهم، وإنما هو استدراج وابتلاء لهم ولغيرهم.
পথভ্ৰষ্ট ব্যক্তিৰ হাতত ধন-সম্পত্তি তথা নিয়ামত থকাটো এই কথাৰ প্ৰমাণ বহন নকৰে যে, আল্লাহে সিহঁতক ভাল পায়, বৰং এইটো আল্লাহৰ ফালৰ পৰা সিহঁতৰ বাবে পৰীক্ষা আৰু অৱকাশ। info