قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
60 : 55

هَلْ جَزَآءُ الْاِحْسَانِ اِلَّا الْاِحْسَانُ ۟ۚ

যি ব্যক্তিয়ে সুন্দৰভাৱে নিজ প্ৰতিপালকৰ আনুগত্য কৰে, তাৰ প্রতিদান ইয়াৰ বাহিৰে আৰু কি হ’ব পাৰে যে, আল্লাহে তাক উত্তম প্রতিদান দান কৰিব। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• أهمية الخوف من الله واستحضار رهبة الوقوف بين يديه.
আল্লাহক ভয় কৰাৰ গুৰুত্ব, আৰু তেওঁৰ সন্মুখত দণ্ডায়মান হোৱাৰ কথাক সদায় স্মৰণ কৰা। info

• مدح نساء الجنة بالعفاف دلالة على فضيلة هذه الصفة في المرأة.
জান্নাতী নাৰীসকলক সতী-সাধ্বী বুলি প্রশংসা কৰা হৈছে, গতিকে এইটোৱে উক্ত বৈশিষ্ট্যৰ অধিকাৰিণী নাৰীসকলৰ মর্যাদাৰ প্রমাণ বহন কৰে। info

• الجزاء من جنس العمل.
যেনেকুৱা কৰ্ম তেনেকুৱা ফল। info