قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
31 : 52

قُلْ تَرَبَّصُوْا فَاِنِّیْ مَعَكُمْ مِّنَ الْمُتَرَبِّصِیْنَ ۟ؕ

হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ তোমালোকে মোৰ মৃত্যুৰ অপেক্ষা কৰা, আৰু মই সেই শাস্তিৰ অপেক্ষা কৰি আছোঁ যিটো তোমালোকৰ ওপৰত আহিব, কাৰণ তোমালোকে মোক অস্বীকাৰ কৰিছা। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• الجمع بين الآباء والأبناء في الجنة في منزلة واحدة وإن قصر عمل بعضهم إكرامًا لهم جميعًا حتى تتم الفرحة.
জান্নাতৰ এটা স্থানতেই পিতা-পুত্ৰক একত্ৰিত কৰা হ'ব, যদিও তেওঁলোকৰ মাজৰ কাৰোবাৰ আমল কম হওক। দৰাচলতে আল্লাহে তেওঁলোকৰ প্ৰতি অনুগ্ৰহ কৰিব, যাতে তেওঁলোকে পৰিপূৰ্ণ আনন্দ উপভোগ কৰিব পাৰে। info

• خمر الآخرة لا يترتب على شربها مكروه.
আখিৰাতৰ সুৰা সেৱন কৰিলে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহ’ব। info

• من خاف من ربه في دنياه أمّنه في آخرته.
যি ব্যক্তিয়ে পৃথিৱীত আল্লাহক ভয় কৰিব, আল্লাহে তাক আখিৰাতত চিন্তামুক্ত ৰাখিব। info