قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
132 : 4

وَلِلّٰهِ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ— وَكَفٰی بِاللّٰهِ وَكِیْلًا ۟

আকাশমণ্ডল আৰু পৃথিৱীৰ মাজৰ সকলো বস্তুৰ একমাত্ৰ মালিক কেৱল আল্লাহ তাআলা। একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য। মখলুকৰ সকলো বিষয়ৰ পৰিচালনা তেৱেঁই কৰে, অভিভাৱক হিচাপে আল্লাহেই যথেষ্ট। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• استحباب المصالحة بين الزوجين عند المنازعة، وتغليب المصلحة بالتنازل عن بعض الحقوق إدامة لعقد الزوجية.
পতি-পত্নীৰ বিবাদ হলে পৰামৰ্শৰ মাধ্যমত মীমাংসা কৰা উত্তম। লগতে বিবাহ সম্পৰ্ক অটুট ৰাখিবলৈ কিছুমান অধিকাৰ এৰি দিয়াৰ আদেশ। info

• أوجب الله تعالى العدل بين الزوجات خاصة في الأمور المادية التي هي في مقدور الأزواج، وتسامح الشرع حين يتعذر العدل في الأمور المعنوية، كالحب والميل القلبي.
আল্লাহে স্ত্ৰীসকলৰ মাজত ন্যায় বিচাৰ কৰিবলৈ অনিবাৰ্য কৰিছে। বিশেষকৈ থকা মেলা আৰু ভৰণ-পোষণৰ ক্ষেত্ৰত, কিয়নো এই বিষয়বোৰ স্বামীৰ আয়ত্তত থাকে। আনহাতে অন্তৰৰ বিষয়বোৰ যেনে- মুহাব্বত, আন্তৰিক চাহিদা আদিৰ ক্ষেত্ৰত ন্যায় কৰা কঠিন হলে সেয়া চৰীয়তে অব্যাহতি দিছে। info

• لا حرج على الزوجين في الفراق إذا تعذرت العِشْرة بينهما.
যদি বৈবাহিক জীৱন অতিবাহিত কৰা সম্ভৱ নহয় তেন্তে বিবাহ বিচ্ছেদ কৰাত কোনো অসুবিধা নাই। info

• الوصية الجامعة للخلق جميعًا أولهم وآخرهم هي الأمر بتقوى الله تعالى بامتثال الأوامر واجتناب النواهي.
সকলো মানৱজাতিৰ প্ৰতি, সেয়া পূৰ্ব যুগৰ হওঁক অথবা পৰবৰ্তী যুগৰ, সকলোৰে প্ৰতি এটা ব্যপক উপদেশ এই যে, আল্লাহৰ আদেশসমূহ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা দূৰৈত থাকি কেৱল তেওঁকেই ভয় কৰা। info