قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
105 : 37

قَدْ صَدَّقْتَ الرُّءْیَا ۚ— اِنَّا كَذٰلِكَ نَجْزِی الْمُحْسِنِیْنَ ۟

আপুনি আপোনাৰ পুত্ৰক জবেহ কৰা সম্পৰ্কে দেখা সেই সপোনক বাস্তৱ ৰূপ দান কৰিবলৈ নিশ্চিতভাৱে সক্ষম হৈছে। যিদৰে আমি আপোনাক এই মহা পৰীক্ষাৰ পৰা ৰক্ষা কৰি প্ৰতিদান দান কৰিছোঁ, ঠিক সেইদৰে আমি সদাচাৰীসকলক প্ৰতিদান দিওঁ আৰু তেওঁলোকক কঠিন পৰিস্থিতি আৰু বিপদ-আপদৰ পৰা ৰক্ষা কৰোঁ। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• قوله: ﴿فَلَمَّآ أَسْلَمَا﴾ دليل على أن إبراهيم وإسماعيل عليهما السلام كانا في غاية التسليم لأمر الله تعالى.
আল্লাহ তাআলাৰ এই বাণীয়ে (فَلَمَّآ أَسْلَمَا) প্ৰমাণ কৰে যে, ইব্ৰাহীম আৰু ইছমাঈল আলাইহিমাচ্ছালাম উভয়েই আল্লাহৰ আদেশত শিৰ নত কৰিছিল। info

• من مقاصد الشرع تحرير العباد من عبودية البشر.
চৰীয়তৰ উদ্দেশ্যসমূহৰ পৰা এটা মহৎ উদ্দেশ্য হৈছে, তেওঁৰ বান্দাসকলক মানুহৰ দাসত্বৰ পৰা উলিয়াই অনা। info

• الثناء الحسن والذكر الطيب من النعيم المعجل في الدنيا.
প্ৰশংসা আৰু ভাল চৰ্চা সেইবোৰ নিয়ামতৰ অন্তৰ্ভুক্ত, যিবোৰ বান্দাই পৃথিৱীত লাভ কৰে। info