قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
20 : 36

وَجَآءَ مِنْ اَقْصَا الْمَدِیْنَةِ رَجُلٌ یَّسْعٰی ؗ— قَالَ یٰقَوْمِ اتَّبِعُوا الْمُرْسَلِیْنَ ۟ۙ

এলেকাবাসীয়ে ৰাছুলসকলক অস্বীকাৰ কৰি তেওঁলোকক হত্যা আৰু নিৰ্যাতনৰ ভয় ভাবুকি প্ৰদান কৰা বিষয়ত এলেকাৰ দূৰণিৱৰ্তী প্ৰান্তৰ পৰা এজন ব্যক্তিয়ে ভীত-সন্ত্ৰস্ত অৱস্থাত ততাতৈয়াকৈ আহি ক’লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! ৰাছুলসকলে যি বাৰ্তালৈ আহিছে তোমালোকে সেইটোৰ অনুসৰণ কৰা। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• أهمية القصص في الدعوة إلى الله.
আল্লাহৰ প্ৰতি আহ্বানৰ ক্ষেত্ৰত ঘটনাৱলী বৰ্ণনা কৰাৰ গুৰুত্ব। info

• الطيرة والتشاؤم من أعمال الكفر.
অমঙ্গল বিশ্বাস কৰাটো হৈছে কুফৰী কাৰ্য। info

• النصح لأهل الحق واجب .
সত্যবাদীসকলৰ হিতাকাংক্ষী হোৱাটো অনিবাৰ্য। info

• حب الخير للناس صفة من صفات أهل الإيمان.
মানৱ জাতিৰ কল্যাণ কামনা কৰাটো হৈছে মুমিনসকলৰ বৈশিষ্ট্য। info