قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
7 : 32

الَّذِیْۤ اَحْسَنَ كُلَّ شَیْءٍ خَلَقَهٗ وَبَدَاَ خَلْقَ الْاِنْسَانِ مِنْ طِیْنٍ ۟ۚ

তেৱেঁই প্ৰত্যেক সৃষ্টিক সৌন্দৰ্য দান কৰিছে, আৰু তেৱেঁই পূৰ্বৱৰ্তী কোনো উদাহৰণ নোহোৱাকৈ বোকা মাটিৰে আদমক সৃষ্টিৰ সূচনা কৰিছে। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• الحكمة من بعثة الرسل أن يهدوا أقوامهم إلى الصراط المستقيم.
নবীসকলক প্ৰেৰণ কৰাৰ উদ্দেশ্য হৈছে, মানুহক সঠিক পথত পৰিচালিত কৰা। info

• ثبوت صفة الاستواء لله من غير تشبيه ولا تمثيل.
কোনো ধৰণৰ উদাহৰণ আৰু কোনো সাদৃশ্যতা নোহোৱাকৈ আল্লাহৰ বাবে ইস্তিৱা বৈশিষ্ট্য সাব্যস্ত কৰাৰ প্ৰমাণ। info

• استبعاد المشركين للبعث مع وضوح الأدلة عليه.
স্পষ্ট প্ৰমাণ প্ৰত্যক্ষ কৰাৰ পিছতো মুশ্বৰিকসকলে আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰে। info