قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
4 : 31

الَّذِیْنَ یُقِیْمُوْنَ الصَّلٰوةَ وَیُؤْتُوْنَ الزَّكٰوةَ وَهُمْ بِالْاٰخِرَةِ هُمْ یُوْقِنُوْنَ ۟ؕ

যিসকলে পৰিপূৰ্ণৰূপে চালাত আদায় কৰে, নিজৰ ধন-সম্পত্তিৰ যাকাত প্ৰদান কৰে, তথা তেওঁলোকেই আখিৰাতত হ’বলগীয়া পুনৰ্জীৱন, হিচাপ-নিকাচ আৰু ছোৱাব তথা শাস্তিৰ প্ৰতি বিশ্বাস পোষণ কৰে। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• طاعة الله تقود إلى الفلاح في الدنيا والآخرة.
আল্লাহৰ আনুগত্যই পৃথিৱী আৰু আখিৰাতৰ সফলতাৰ পিনে আগুৱাই লৈ যায়। info

• تحريم كل ما يصد عن الصراط المستقيم من قول أو فعل.
প্ৰত্যেক সেই কথা আৰু কৰ্ম হাৰাম, যিবোৰ কথা-কৰ্মই সত্যৰ পথ অৱলম্বনত বাধা প্ৰদান কৰে। info

• التكبر مانع من اتباع الحق.
অহংকাৰে সত্যৰ অনুসৰণ কৰিবলৈ বাধা প্ৰদান কৰে। info

• انفراد الله بالخلق، وتحدي الكفار أن تخلق آلهتهم شيئًا.
আল্লাহে অকলেই সকলো সৃষ্টিকে সৃষ্টি কৰিছে। সেয়ে কাফিৰসকলক প্ৰত্যাহ্বান জনোৱা হৈছে যে, সিহঁতৰ উপাস্যবোৰেও কিবা সৃষ্টি কৰি দেখাওকচোন। info