قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
57 : 29

كُلُّ نَفْسٍ ذَآىِٕقَةُ الْمَوْتِ ۫— ثُمَّ اِلَیْنَا تُرْجَعُوْنَ ۟

মৃত্যুৰ ভয়ে যেন তোমালোকক হিজৰতৰ পৰা বিৰত নাৰাখে। প্ৰত্যেক প্ৰাণীয়েই মৃত্যুৰ সোৱাদ গ্ৰহণ কৰিব লাগিব। তাৰ পিছত কিয়ামতৰ দিনা একমাত্ৰ আমাৰ ওচৰলৈকেই উভতি আহিব লাগিব। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• استعجال الكافر بالعذاب دليل على حمقه.
শাস্তিৰ বাবে খৰখেদা কৰাটো কাফিৰসকলৰ মুৰ্খতাৰ পৰিচয়। info

• باب الهجرة من أجل سلامة الدين مفتوح.
দ্বীন ৰক্ষা কৰিবলৈ হিজৰতৰ দুৱাৰ সদায় উন্মুক্ত। info

• فضل الصبر والتوكل على الله.
আল্লাহৰ ওপৰত ভৰসা কৰা আৰু ধৈৰ্য্য ধাৰণ কৰাৰ গুৰুত্ব। info

• الإقرار بالربوبية دون الإقرار بالألوهية لا يحقق لصاحبه النجاة والإيمان.
আল্লাহক উপাস্য বুলি স্বীকাৰ নকৰাকৈ, কেৱল তেওঁৰ প্ৰভুত্বক স্বীকাৰ কৰিলেই কেতিয়াও মানুহ মুমিন হ’ব নোৱাৰে আৰু ইয়াৰ ফলত মুক্তি লাভ কৰাও সম্ভৱ নহয়। info