قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
169 : 26

رَبِّ نَجِّنِیْ وَاَهْلِیْ مِمَّا یَعْمَلُوْنَ ۟

তেওঁ নিজ প্ৰতিপালকক প্ৰাৰ্থনা কৰি ক’লেঃ হে মোৰ প্ৰতিপালক! তুমি মোক আৰু মোৰ পৰিয়ালবৰ্গক সেই শাস্তিৰ পৰা ৰক্ষা কৰা, যি শাস্তি ইহঁতৰ এই অশ্লীল কৰ্মকাণ্ডৰ কাৰণে ইহঁতলোকৰ ওপৰত অৱতীৰ্ণ হ’ব। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• اللواط شذوذ عن الفطرة ومنكر عظيم.
সমকামিতা হৈছে অপ্ৰাকৃতিক কৰ্ম তথা মহা অপৰাধ। info

• من الابتلاء للداعية أن يكون أهل بيته من أصحاب الكفر أو المعاصي.
এজন আহ্বায়কৰ বাবে পৰিস্থিতি সেইসময়ত অধিক কঠিন হৈ পৰে, যেতিয়া তেওঁৰ নিজৰ পৰিয়ালৰ কোনো সদস্য কুফৰীত তথা গুনাহত লিপ্ত থাকে। info

• العلاقات الأرضية ما لم يصحبها الإيمان، لا تنفع صاحبها إذا نزل العذاب.
সাংসাৰিক সম্বন্ধৰ সৈতে যদি ঈমানৰ অটুট বন্ধন নাথাকে, তেন্তে শাস্তিৰ সময়ত কোনো উপকাৰ সাধন নকৰে। info

• وجوب وفاء الكيل وحرمة التَّطْفِيف.
পৰিপূৰ্ণৰূপে ওজন কৰি দিয়াটো অত্যন্ত জৰুৰী, আনহাতে ওজনত কম দিয়াটো হাৰাম। info