قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
64 : 23

حَتّٰۤی اِذَاۤ اَخَذْنَا مُتْرَفِیْهِمْ بِالْعَذَابِ اِذَا هُمْ یَجْـَٔرُوْنَ ۟ؕ

অৱশেষত কিয়ামতৰ দিনা যেতিয়া আমি সেইসকল লোকক শাস্তি প্ৰদান কৰিম, যিসকলে পৃথিৱীত সুখ-সামগ্ৰীৰ মাজত নিমজ্জিত আছিল, তেতিয়া সিহঁতে চিঞৰি চিঞৰি সহায় প্ৰাৰ্থনা কৰিব। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• خوف المؤمن من عدم قبول عمله الصالح.
মুমিন ব্যক্তিয়ে সদায় নিজৰ সৎকৰ্মকলৈ ভয় পোষণ কৰে, সেয়া কবুল হয় নে নহয়। info

• سقوط التكليف بما لا يُسْتطاع رحمة بالعباد.
আল্লাহে বান্দাসকলৰ প্ৰতি কৃপা কৰি সিহঁতৰ প্ৰতি এনেকুৱা কোনো দায়িত্ব দিয়া নাই যিটো সিহঁতৰ সামৰ্থৰ বাহিৰত। info

• الترف مانع من موانع الاستقامة وسبب في الهلاك.
সুখ আৰু ধন-সম্পত্তিৰ প্ৰশস্ততা হৈছে সঠিক পথত পৰিচালিত হোৱাত বাধা প্ৰদানৰ এটা কাৰণ, তথা বিনাশৰো অন্যতম কাৰণ। info

• قصور عقول البشر عن إدراك كثير من المصالح.
মানুহৰ বিবেক এনেকুৱা বহুতো বিষয়ত ঢুকি নাপায়, যিটো তাৰ নিজৰ বাবেই কল্যাণকৰ। info