قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
49 : 23

وَلَقَدْ اٰتَیْنَا مُوْسَی الْكِتٰبَ لَعَلَّهُمْ یَهْتَدُوْنَ ۟

নিশ্চয় আমি মূছা আলাইহিচ্ছালামক তাওৰাত প্ৰদান কৰিছিলোঁ, যাতে তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে সত্যৰ পথ পায় আৰু সেইমতে আমল কৰিব পাৰে। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• الاستكبار مانع من التوفيق للحق.
অহংকাৰে সত্যক স্বীকাৰ কৰিবলৈ বাধা দিয়ে। info

• إطابة المأكل له أثر في صلاح القلب وصلاح العمل.
হালাল ভোজনৰ প্ৰভাৱে অন্তৰ সংশোধনত তথা আমলৰ বিশুদ্ধতাত মুখ্য ভুমিকা পালন কৰে। info

• التوحيد ملة جميع الأنبياء ودعوتهم.
তাওহীদেই হৈছে সকলো নবীৰ ধৰ্ম, আৰু ইয়াৰ পিনেই তেওঁলোকে আহ্বান কৰিছিল। info

• الإنعام على الفاجر ليس إكرامًا له، وإنما هو استدراج.
পাপিষ্ট লোকসকলক প্ৰদান কৰা নিয়ামতবোৰ সিহঁতক সন্মানাৰ্থে প্ৰদান কৰা নহয়, বৰং সিহঁতক অৱকাশ দিয়া হয় তথা সুযোগ প্ৰদান কৰা হয়। info