قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

external-link copy
69 : 22

اَللّٰهُ یَحْكُمُ بَیْنَكُمْ یَوْمَ الْقِیٰمَةِ فِیْمَا كُنْتُمْ فِیْهِ تَخْتَلِفُوْنَ ۟

আল্লাহে কিয়ামতৰ দিনা তেওঁৰ বান্দাসকলৰ মাজৰ পৰা মুমিন আৰু কাফিৰসকলৰ মাজত দ্বীন সম্পৰ্কীয় বিষয়ত মীমাংসা কৰি দিব। যিবোৰ বিষয়ত তেওঁলোকে পৃথিৱীত মতানৈক্য কৰিছিল। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• من نعم الله على الناس تسخير ما في السماوات وما في الأرض لهم.
এইটো আল্লাহৰ এটা ডাঙৰ নিয়ামত যে, তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তুবোৰক মানুহৰ বাবে নিয়োজিত কৰিছে। info

• إثبات صفتي الرأفة والرحمة لله تعالى.
কৰুণা আৰু ৰহমত, আল্লাহৰ এই দুটা বৈশিষ্ট্যৰ প্ৰমাণ পোৱা গ’ল। info

• إحاطة علم الله بما في السماوات والأرض وما بينهما.
আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে, সেই সকলোবোৰকে আল্লাহে নিজ জ্ঞানৰ দ্বাৰা পৰিবেষ্টন কৰি আছে। info

• التقليد الأعمى هو سبب تمسك المشركين بشركهم بالله.
অন্ধানুসৰণৰ ফলতেই মুশ্বৰিকসকলে আল্লাহৰ লগত শ্বিৰ্কত লিপ্ত হৈ আছে। info