قۇرئان كەرىم مەنىلىرىنىڭ تەرجىمىسى - قۇرئان كەرىم قىسقىچە تەپسىرىنىڭ ئۇسامىيەچە تەرجىمىسى

আল-আদিয়াত

سۈرىنىڭ مەقسەتلىرىدىن:
تحذير الإنسان من الجحود والطمع بتذكيره بالآخرة.
আখিৰাতক স্মৰণ কৰোৱাই মানুহক লোভ-লালসা আৰু অস্বীকাৰৰ পৰা সাৱধান কৰা হৈছে। info

external-link copy
1 : 100

وَالْعٰدِیٰتِ ضَبْحًا ۟ۙ

আল্লাহ তাআলাই সেই ঘোঁৰাৰ শপত কৰিছে, যাৰ তীব্ৰ দৌৰৰ কাৰণে তাৰ উশাহৰ শব্দ শুনা যায়। info
التفاسير:

external-link copy
2 : 100

فَالْمُوْرِیٰتِ قَدْحًا ۟ۙ

আৰু সেই ঘোঁৰাৰ শপত কৰিছে, যি ঘোঁৰাই শিলৰ ওপৰত দৌৰাৰ ফলত তাৰ ক্ষুৰৰ আঘাতত ফিৰিঙতি ওলায়। info
التفاسير:

external-link copy
3 : 100

فَالْمُغِیْرٰتِ صُبْحًا ۟ۙ

আৰু সেইবোৰ ঘোঁৰাৰ শপত কৰিছে, যিবোৰে প্ৰভাতকালত শত্ৰুৰ ওপৰত আক্ৰমণ কৰে। info
التفاسير:

external-link copy
4 : 100

فَاَثَرْنَ بِهٖ نَقْعًا ۟ۙ

আকৌ যিয়ে নিজ দৌৰৰ জৰিয়তে ধূলি উৰুৱাই। info
التفاسير:

external-link copy
5 : 100

فَوَسَطْنَ بِهٖ جَمْعًا ۟ۙ

আকৌ যিয়ে নিজ আৰোহীৰ সৈতে শত্ৰু দলৰ অভ্যন্তৰত সোমাই যায়। info
التفاسير:
بۇ بەتتىكى ئايەتلەردىن ئېلىنغان مەزمۇنلار:
• خشية الله سبب في رضاه عن عبده.
কাফিৰ আটাইতকৈ নিকৃষ্ট আৰু মুমিন আটাইতকৈ উত্কৃষ্ট সৃষ্টি। info

• شهادة الأرض على أعمال بني آدم.
আল্লাহৰ ভয়, বান্দাৰ সন্তুষ্টি লাভৰ মাধ্যম। info

• الكفار شرّ الخليقة، والمؤمنون خيرها.
পৃথিৱীয়ে মানুহৰ কৰ্মৰ সাক্ষী দিব। info