Kur'an-ı Kerim meal tercümesi - Assam Dilinde Tercüme - Refiku'l-İslam Habibu'r-Rahman

আল-কাফিৰূন

external-link copy
1 : 109

قُلْ یٰۤاَیُّهَا الْكٰفِرُوْنَ ۟ۙ

কোৱা, ‘হে কাফিৰসকল ! info
التفاسير:

external-link copy
2 : 109

لَاۤ اَعْبُدُ مَا تَعْبُدُوْنَ ۟ۙ

তোমালোকে যাৰ ইবাদত কৰা, মই তাৰ ইবাদত নকৰোঁ, info
التفاسير:

external-link copy
3 : 109

وَلَاۤ اَنْتُمْ عٰبِدُوْنَ مَاۤ اَعْبُدُ ۟ۚ

আৰু মই যাৰ ইবাদত কৰোঁ, তোমালোকে তেওঁৰ ইবাদতকাৰী নহয়, info
التفاسير:

external-link copy
4 : 109

وَلَاۤ اَنَا عَابِدٌ مَّا عَبَدْتُّمْ ۟ۙ

আৰু মই তাৰ ইবাদতকাৰী নহয় যাৰ ইবাদত তোমালোকে কৰা। info
التفاسير:

external-link copy
5 : 109

وَلَاۤ اَنْتُمْ عٰبِدُوْنَ مَاۤ اَعْبُدُ ۟ؕ

আৰু মই যাৰ ইবাদত কৰোঁ, তোমালোকে তেওঁৰ ইবাদতকাৰী নহয়, info
التفاسير:

external-link copy
6 : 109

لَكُمْ دِیْنُكُمْ وَلِیَ دِیْنِ ۟۠

(গতিকে) তোমালোকৰ দ্বীন তোমালোকৰ বাবে, আৰু মোৰ দ্বীন মোৰ বাবে। info
التفاسير: