Kur'an-ı Kerim meal tercümesi - Assamca Muhtasar Kur'an-ı Kerim Tefsiri Tercümesi

external-link copy
18 : 72

وَّاَنَّ الْمَسٰجِدَ لِلّٰهِ فَلَا تَدْعُوْا مَعَ اللّٰهِ اَحَدًا ۟ۙ

আৰু মছজিদসমূহ কেৱল মহামহিম আল্লাহৰ বাবেই, তেওঁৰ বাহিৰে আন কাৰোবাৰ বাবে নহয়। গতিকে তাৰ ভিতৰত আল্লাহৰ বাহিৰে আন কাকো আহ্বান নকৰিবা। অন্যথা তোমালোকে ইহুদী আৰু খৃষ্টান বিলাকৰ দৰে হৈ যাবা। যিহঁতে নিজৰ উপাসনা স্থলত আল্লাহৰ বাহিৰে বেলেগৰো উপাসনা কৰি থাকে। info
التفاسير:
Bu sayfadaki ayetlerin faydaları:
• الجَوْر سبب في دخول النار.
অন্যায়- অত্যাচাৰ জাহান্নামত প্ৰৱেশৰ অন্যতম কাৰণ। info

• أهمية الاستقامة في تحصيل المقاصد الحسنة.
উত্তম লক্ষ্যত উপনীত হবলৈ অবিচল থকাৰ গুৰুত্ব। info

• حُفِظ الوحي من عبث الشياطين.
চয়তানৰ চক্ৰান্তৰ পৰা অহীক সুৰক্ষা প্ৰদান কৰা হৈছে। info