ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය.

external-link copy
66 : 39

بَلِ اللّٰهَ فَاعْبُدْ وَكُنْ مِّنَ الشّٰكِرِیْنَ ۟

বৰং আপুনি এককভাৱে আল্লাহৰ ইবাদত কৰক, তেওঁৰ সৈতে আন কাকো অংশীদাৰ নকৰিব। লগতে তেওঁ আপোনাক যিবোৰ নিয়ামত দান কৰিছে সেইবোৰৰ বাবে তেওঁৰ কৃতজ্ঞতা স্বীকাৰ কৰক। info
التفاسير:
මෙ⁣ම පිටුවේ තිබෙන වැකිවල ප්‍රයෝජන:
• الكِبْر خلق ذميم مشؤوم يمنع من الوصول إلى الحق.
অহংকাৰ হৈছে এটা নিকৃষ্ট ব্যাধি, যিয়ে মানুহক সত্যৰ পৰা আঁতৰাই ৰাখে। info

• سواد الوجوه يوم القيامة علامة شقاء أصحابها.
কিয়ামতৰ দিনা মুখমণ্ডল ক’লা পৰাটোৱে প্ৰমাণ কৰিব যে, ব্যক্তিজন দুৰ্ভগীয়া। info

• الشرك محبط لكل الأعمال الصالحة.
শ্বিৰ্ক গুনাহে মানুহৰ সকলো সৎকৰ্ম বিনষ্ট কৰি দিয়ে। info

• ثبوت القبضة واليمين لله سبحانه دون تشبيه ولا تمثيل.
আল্লাহৰ ‘মুঠি’ আৰু ‘সোঁহাতৰ’ প্ৰমাণ পোৱা গ’ল। কিন্তু ইয়াৰ কোনো সাদৃশ্য তথা উদাহৰণ নাই। info