ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය.

external-link copy
143 : 26

اِنِّیْ لَكُمْ رَسُوْلٌ اَمِیْنٌ ۟ۙ

নিশ্চয় মই তোমালোকৰ ৰাছুল। আল্লাহে মোক তোমালোকৰ পিনে প্ৰেৰণ কৰিছে। আল্লাহে মোক যি প্ৰচাৰ কৰিবলৈ আদেশ দিছে সেই ক্ষেত্ৰত মই এজন বিশ্বস্ত ব্যক্তি, তাত মই অকণো কম-বেছি নকৰোঁ। info
التفاسير:
මෙ⁣ම පිටුවේ තිබෙන වැකිවල ප්‍රයෝජන:
• توالي النعم مع الكفر استدراج للهلاك.
কুফৰী কৰাৰ পিছতো ধাৰাবাহিকভাৱে নিয়ামত পোৱাটোৱে ধ্বংসৰ পিনে গতি কৰা বুজায়। info

• التذكير بالنعم يُرتجى منه الإيمان والعودة إلى الله من العبد.
এইকাৰণে নিয়ামত স্মৰণ কৰাই দিয়া হয়, যাতে বান্দাই ঈমান পোষণ কৰে আৰু আল্লাহৰ ফালে উভতি আহে। info

• المعاصي هي سبب الفساد في الأرض.
পাপ কৰ্মই হৈছে পৃথিৱীত উপদ্ৰৱ তথা বিপৰ্যয় সৃষ্টিৰ মূল কাৰক। info