ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය.

আল-মু'মিনূন

සූරාවෙහි අරමුණු:
بيان فلاح المؤمنين وخسران الكافرين.
মুমিনসকলৰ সফলতা আৰু কাফিৰসকলৰ ক্ষতিগ্ৰস্ততাৰ বৰ্ণনা। info

external-link copy
1 : 23

قَدْ اَفْلَحَ الْمُؤْمِنُوْنَ ۟ۙ

আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী মুমিনসকল তথা তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰী লোকসকল, নিজৰ মনোকামনা পূৰণত আৰু তেওঁলোকে ভয় কৰা বস্তুৰ পৰা মুক্তি লাভ কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে। info
التفاسير:
මෙ⁣ම පිටුවේ තිබෙන වැකිවල ප්‍රයෝජන:
• للفلاح أسباب متنوعة يحسن معرفتها والحرص عليها.
সফলতাৰ বিভিন্ন উপায় আছে। মানুহে সেইবোৰ ভালকৈ জনা উচিত আৰু সেইমতে আমল কৰাৰ আগ্ৰহ ৰখা উচিত। info

• التدرج في الخلق والشرع سُنَّة إلهية.
পৰ্যায়ক্ৰমে সৃষ্টি কৰা আৰু চৰীয়ত প্ৰণয়ন কৰাটো হৈছে আল্লাহৰ সাধাৰণ নিয়ম। info

• إحاطة علم الله بمخلوقاته.
আল্লাহৰ জ্ঞান সকলো সৃষ্টিকে পৰিবেষ্টন কৰি আছে। info