Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

আঝ-ঝালঝালাহ

Impamvu y'isura:
التذكير بأهوال القيامة ودقّة الحساب فيها.
কিয়ামতৰ ভয়াৱহ পৰিস্থিতি সম্পৰ্কে অৱগত কৰোৱা হৈছে আৰু তাত হ'বলগীয়া সুক্ষ্ম হিচাপ-নিকাচৰ বিষয়টো উল্লেখ কৰা হৈছে। info

external-link copy
1 : 99

اِذَا زُلْزِلَتِ الْاَرْضُ زِلْزَالَهَا ۟ۙ

যেতিয়া ক্বিয়ামতৰ দিনা পৃথৱীক অতি প্ৰবল ভাৱে কপোৱা হব। info
التفاسير:

external-link copy
2 : 99

وَاَخْرَجَتِ الْاَرْضُ اَثْقَالَهَا ۟ۙ

আৰু যেতিয়া পৃথিৱীয়ে তাৰ ভিতৰত মজুত থকা মৃতসমূহ আৰু আন আন বস্তুবোৰক বাহিৰলৈ উলিয়াই দিব। info
التفاسير:

external-link copy
3 : 99

وَقَالَ الْاِنْسَانُ مَا لَهَا ۟ۚ

আৰু যেতিয়া মানুহে ক্লান্ত হৈ কব যে, পৃথিৱীৰনো কি হৈছে এনেদৰে যোৰে যোৰে কঁপি আছে কিয়? info
التفاسير:

external-link copy
4 : 99

یَوْمَىِٕذٍ تُحَدِّثُ اَخْبَارَهَا ۟ؕ

সেই ভীষণ দিনত পৃথিৱীয়ে কৈ দিব যে, তাৰ ওপৰত কি কি ভাল- বেয়া কৰা হৈছে। info
التفاسير:

external-link copy
5 : 99

بِاَنَّ رَبَّكَ اَوْحٰی لَهَا ۟ؕ

কিয়নো আল্লাহ তাআলাই ইয়াক ভালকৈ জানে আৰু তেৱেঁই ইয়াক আদেশ দিব। info
التفاسير:

external-link copy
6 : 99

یَوْمَىِٕذٍ یَّصْدُرُ النَّاسُ اَشْتَاتًا ۙ۬— لِّیُرَوْا اَعْمَالَهُمْ ۟ؕ

সেই ভীষণ দিনত যেতিয়া পৃথিৱীক যোৰে যোৰে কপোৱা হব। মানুহ হিচাপ- নিকাচৰ স্থানৰ পৰা দলবদ্ধভাৱে ওলাব। যাতে পৃথিৱীত কৰা নিজ নিজ কৰ্মক দেখিব পাৰে। info
التفاسير:

external-link copy
7 : 99

فَمَنْ یَّعْمَلْ مِثْقَالَ ذَرَّةٍ خَیْرًا یَّرَهٗ ۟ؕ

গতিকে যিয়ে এটা সৰু পৰুৱা এটাৰ ওজনৰ সমান ভাল কৰ্ম কৰিছে, সেয়া সি নিজৰ সন্মুখত দেখিবলৈ পাব। info
التفاسير:

external-link copy
8 : 99

وَمَنْ یَّعْمَلْ مِثْقَالَ ذَرَّةٍ شَرًّا یَّرَهٗ ۟۠

আনহাতে যিয়ে এটা পৰুৱাৰ ওজনৰ সমানো কু-কৰ্ম কৰিছে, সেইটোও সি নিজৰ সন্মুখত দেখিবলৈ পাব।
info
التفاسير:
Inyungu dukura muri ayat kuri Uru rupapuro:
• خشية الله سبب في رضاه عن عبده.
কাফিৰ আটাইতকৈ নিকৃষ্ট আৰু মুমিন আটাইতকৈ উত্কৃষ্ট সৃষ্টি। info

• شهادة الأرض على أعمال بني آدم.
আল্লাহৰ ভয়, বান্দাৰ সন্তুষ্টি লাভৰ মাধ্যম। info

• الكفار شرّ الخليقة، والمؤمنون خيرها.
পৃথিৱীয়ে মানুহৰ কৰ্মৰ সাক্ষী দিব। info