Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
2 : 93

وَالَّیْلِ اِذَا سَجٰی ۟ۙ

আৰু ৰাতিৰ শপত কৰিছে, যেতিয়া ই পৃথিৱীক অন্ধকাৰচ্ছন্ন কৰে আৰু মানুহে কাম-কাজ এৰি দিয়ে। info
التفاسير:
Inyungu dukura muri ayat kuri Uru rupapuro:
• منزلة النبي صلى الله عليه وسلم عند ربه لا تدانيها منزلة.
আল্লাহৰ ওচৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যি মৰ্যদা আছে তেনেকুৱা মৰ্যদা আন কাৰো নাই। info

• شكر النعم حقّ لله على عبده.
অনুগ্ৰহৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰা, বান্দাৰ ওপৰত আল্লাহৰ অধিকাৰ। info

• وجوب الرحمة بالمستضعفين واللين لهم.
দূৰ্বল ব্যক্তিৰ প্ৰতি দয়া কৰা আৰু তাৰ লগত নম্ৰ ব্যৱহাৰ কৰা জৰুৰী। info