Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
25 : 76

وَاذْكُرِ اسْمَ رَبِّكَ بُكْرَةً وَّاَصِیْلًا ۟ۖۚ

আৰু আপোনাৰ প্ৰতিপালকক দিনৰ প্ৰথম ভাগত ফজৰৰ ছালাতৰ জৰিয়তে আৰু অন্তিম ভাগত জোহৰ আৰু আছৰৰ ছালাতৰ জৰিয়তে স্মৰণ কৰক। info
التفاسير:
Inyungu dukura muri ayat kuri Uru rupapuro:
• الوفاء بالنذر وإطعام المحتاج، والإخلاص في العمل، والخوف من الله: أسباب للنجاة من النار، ولدخول الجنة.
মান্নত আদায় কৰা, অভাৱগ্ৰস্তক খাদ্য খোৱোওৱা, ইখলাচৰ সৈতে আমল কৰা, আল্লাহৰ ভীতি পোষণ কৰা, এইবোৰ জাহান্নামৰ পৰা মুক্তি লাভৰ কাৰণ আৰু জান্নাতৰ ফালে লৈ যোৱা কৰ্ম। info

• إذا كان حال الغلمان الذين يخدمونهم في الجنة بهذا الجمال، فكيف بأهل الجنة أنفسهم؟!
যদি জান্নাতী সকলৰ সেৱকবিলাক ইমান সুন্দৰ হয় তেন্তে স্বয়ং জান্নাতী সকল কিমান সুন্দৰ হ'ব পাৰে। info