Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
5 : 57

لَهٗ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ ؕ— وَاِلَی اللّٰهِ تُرْجَعُ الْاُمُوْرُ ۟

আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব এককভাৱে তেওঁৰেই। একমাত্ৰ তেওঁৰ ওচৰতেই সকলো বিষয় প্ৰত্যাৱর্তিত হয়। এতেকে কিয়ামতৰ দিনা তেৱেঁই হিচাপ-নিকাচ গ্ৰহণ কৰিব আৰু সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব। info
التفاسير:
Inyungu dukura muri ayat kuri Uru rupapuro:
• المال مال الله، والإنسان مُسْتَخْلَف فيه.
সম্পদ হৈছে আল্লাহৰ। মানুহ হৈছে কেৱল ইয়াৰ উত্তৰাধিকাৰী। info

• تفاوت درجات المؤمنين بحسب السبق إلى الإيمان وأعمال البر.
ঈমান আৰু সৎকৰ্মৰ প্ৰতি অগ্ৰসৰ অনুসৰি মুমিনসকলৰ স্তৰসমূহৰ মাজত ব্যৱধান আছে। info

• الإنفاق في سبيل الله سبب في بركة المال ونمائه.
আল্লাহৰ পথত ব্যয় কৰিলে সম্পদ বৃদ্ধি পায় তথা বৰকত হয়। info