Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
109 : 37

سَلٰمٌ عَلٰۤی اِبْرٰهِیْمَ ۟

ইব্ৰাহীমৰ বাবে আল্লাহৰ ফালৰ পৰা আছে ছালাম তথা অভিবাদন, লগতে সকলো প্ৰকাৰ বিপদ-আপদৰ পৰা নিৰাপত্তা আৰু দুআ। info
التفاسير:
Inyungu dukura muri ayat kuri Uru rupapuro:
• قوله: ﴿فَلَمَّآ أَسْلَمَا﴾ دليل على أن إبراهيم وإسماعيل عليهما السلام كانا في غاية التسليم لأمر الله تعالى.
আল্লাহ তাআলাৰ এই বাণীয়ে (فَلَمَّآ أَسْلَمَا) প্ৰমাণ কৰে যে, ইব্ৰাহীম আৰু ইছমাঈল আলাইহিমাচ্ছালাম উভয়েই আল্লাহৰ আদেশত শিৰ নত কৰিছিল। info

• من مقاصد الشرع تحرير العباد من عبودية البشر.
চৰীয়তৰ উদ্দেশ্যসমূহৰ পৰা এটা মহৎ উদ্দেশ্য হৈছে, তেওঁৰ বান্দাসকলক মানুহৰ দাসত্বৰ পৰা উলিয়াই অনা। info

• الثناء الحسن والذكر الطيب من النعيم المعجل في الدنيا.
প্ৰশংসা আৰু ভাল চৰ্চা সেইবোৰ নিয়ামতৰ অন্তৰ্ভুক্ত, যিবোৰ বান্দাই পৃথিৱীত লাভ কৰে। info